Top latest Five Assamese synonyms Urban news

পূৰ্বক্ষণ, প্ৰাক্‌কাল, প্রাক্‌মুহূৰ্ত৷

আৰোহণ, উৎকৰ্ষ, উত্থান, উত্থিতি, উদ্গতি, উদ্গম, উন্নয়ন, ঊৰ্ধ্বগতি, ঊৰ্ধ্বগমন, সমুন্নয়ন৷

ধীৰতা, মন্দতা, মন্দত্ব, মন্থৰতা, মান্দ্য, মাৰ্দৱ, মৃদুতা, শ্লথতা৷

অখিলাত্মা, অজৰ, অনন্ত, অনাদি, অমৰ, অক্ষৰ, আদিনিৰঞ্জন, আল্লা, আল্লাহ, ইচ্ছাময়, ঈশ্বৰ, ঋতম্ভৰ, ওপৰৱালা, কৰিম, কৰুণাময়, খোদা, খোদাতাল্লা, গড, গোসাঁই, চিদানন্দ, জগতপতি, জগদীশ, জগদীশ্বৰ, জগন্নাথ, জগন্নিৱাস, জগবন্ধু, জগৎপিতা, জগৎকৰ্তা, জগৎস্ৰষ্টা, দয়াময়, দীননাথ, দীনবন্ধু, ধাতা, নিৰঞ্জন, নিৰাকাৰ, নিৰাময়, পতিত-পাৱন, পৰমপিতা, পৰমপুৰুষ, পৰমব্ৰহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ, পৰমেশ্বৰ, পৰাৎপৰ, প্রভু, বিধাতা, বিভু, বিৰাটপুৰুষ, বিশ্বাত্মা, ভগৱান, ভুৱনেশ্বৰ, ভূমা, মালিক, সচ্চিদানন্দ, সনাতন, সৃষ্টিকৰ্তা, স্বয়ম্ভু৷

দপ্‌দপনি, প্ৰভুত্ব; দাদাগিৰি; ৰাজত্ব, ৰামৰাজত্ব৷

অগ্নি-স্ফুলিংগ, অগ্নিকণা, অগ্নিকলাই, ফিৰিঙতি, স্ফুলিংগ৷

পিছপৰা শ্রেণীৰ বিভিন্ন ভাগত চিহ্নিত কৰাৰ ব্যৱস্থা গঢ়ি তোলাৰ পৰামৰ্শ প্ৰদান কৰাটো আয়োগৰ অন্যতম কাম।

অপদস্থকৰণ, অমৰ্যাদা, অৱজ্ঞা, অৱমাননা, অশ্ৰদ্ধা, অসন্মান, অসম্ভ্ৰম, উপালম্ভ, উপেক্ষা,চৌঠেঙীয়া কৰা, দুৰ্ব্যৱহাৰ, তাচ্ছিল্য, লঘু কৰা, কুকুৰীপিটা কৰা, গৌৰৱহানি৷

অপ্রকৃতিস্থ, উন্মত্ত, read more পগলা, পাগল, প্ৰমত্ত, প্রমদ, বলিয়া, বাতুল, বায়ুৰোগগ্ৰস্ত, বিকৃতমস্তিষ্ক, মতিচ্ছন্ন, মত্ত, ক্ষিপ্ত৷

উচ্চমনা, উচ্চহৃদয়, উচ্চাশয়, উদাৰচিতীয়া, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, উদাৰহৃদয়, ওখ মনৰ, মহদাশয়, মহানুভৱ, মহাপ্ৰাণ, মহামতি, মহাশয়, মহীয়ান, মহোদয়, প্রশস্তচিত্ত, প্ৰশস্তহৃদয়, বহল মনৰ৷

অচিৰাংশু, অচিৰাভা, অণুভা, অনুপ্ৰভা, ক্ষণদ্যুতি, ক্ষণপ্রকাশ, ক্ষণপ্ৰভা, চঞ্চলা, চপল, চিকুৰ, দামিনী, নীলাঞ্জনা, বিজুৰি, বিজুলী, বিদুলী, মেঘজ্যোতি, শম্পা, সৌদামিনী৷

অতুল, অতুলন, অতুলনীয়, অতুল্য, অনন্য, অনন্যসাধাৰণ, অনুপম, অপূৰ্ব, অসাধাৰণ, তুলনাবিহীন, তুলনাহীন, নজিৰবিহীন, নিৰুপম৷

অগসুতা, অগাত্মজা, অদ্ৰিজা, অপৰ্ণা, উমা, গিৰিকুমাৰী, গিৰিনন্দিনী, গিৰিবালা, গিৰিসুতা, গি‍ৰিজা, গৌৰী, জগদ্‌গৌৰী, দক্ষকন্যা, দক্ষজা, দাক্ষায়ণী, নগনন্দিনী, পৰ্বতদুহিতা, পৰ্বতসুতা, পাৰ্বতী, ভৱানী, মহেশানী, মহেশী, শংকৰী, শিৱপত্নী, শিৱপ্ৰিয়া, শিৱা, শি‍ৱানী, শৈলজা, শৈলেয়, শৈ‍লসুতা, হিমালয়নন্দিনী৷

অধিপতি, অধিপ, অধিপতি, অধিভূ, অধীশ, অধীশ্বৰ, অৱনীপতি, অৱনীশ, একজন্মা, ঐষ্ণীক, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, ক্ষৌণীশ, চক্ৰপাল, ছত্ৰপতি, জাহাঁপনা, দণ্ডধৰ, দেশপতি, দেশাধিপতি, নিজাম, নৃপ, নৃপতি, নৃপবৰ, নৃপমণি, নৃপাল, নৰদেৱ, নৰপতি, নৰপাল, নৰাধিপ, নৰেন্দ্ৰ, নৰেশ, পাতচা, পেছোৱা, প্রজেশ, প্ৰজানাথ, প্ৰজাপালক, প্ৰজেশ্বৰ, বাদশ্বাহ, ভূপ, ভূপতি, ভূমিপ, ভূমীন্দ্ৰ, মহাৰাজ, মহাৰাণা, মহীশ, মানৱেন্দ্ৰ, মুকুটধাৰী, লোকপাল, লোকপালক, শ্বাহ, সামন্তেশ্বৰ, স্বৰ্গদেউ, ৰজা, ৰাজ, ৰাজচক্ৰৱৰ্তী, ৰাজন, ৰাজশেখৰ, ৰাজাধিৰাজ,সম্ৰাট, ৰাজেন্দ্ৰ, ৰাজ্যেশ্বৰ, ৰাজৰাজেশ্বৰ, ৰাণা৷

Leave a Reply

Your email address will not be published. Required fields are marked *